• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > এএআইবিৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদনত খৰখেদাকৈ সিদ্ধান্ত নলব: নাইডু
National

এএআইবিৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদনত খৰখেদাকৈ সিদ্ধান্ত নলব: নাইডু

CliQ INDIA
Last updated: July 13, 2025 10:31 am
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ১২ জুলাই (হি.স.)। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জৰাপু ৰাম মোহন নাইডুৱে শনিবাৰে কয় যে ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সম্পৰ্কে বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৰ (এএআইবি) প্ৰতিবেদন প্ৰাথমিক তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে। ইয়াৰ চূড়ান্ত প্ৰতিবেদন প্ৰকাশ নোহোৱালৈকে কোনো সিদ্ধান্তত উপনীত হ’বলৈ খৰখেদা কৰিব নালাগে।

এএআইবিৰ প্ৰতিবেদনৰ প্ৰতিক্ৰিয়াত নাইডুৱে সংবাদ মাধ্যমৰ আগত কয় যে, আমি অপেক্ষা কৰা উচিত। এইটো এটা প্ৰাৰম্ভিক প্ৰতিবেদন। আমি ইয়াক মন্ত্ৰালয়ত বিশ্লেষণ কৰি আছো। মই ভাবো যে চূড়ান্ত প্ৰতিবেদন অহাৰ পিছতহে আমি ইয়াৰ ওপৰত মন্তব্য কৰিলে ভাল হ’ব। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ চূড়ান্ত প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালে ন্যায় লাভ কৰিব বুলি অসামৰিক বিমান পৰিবহণ মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। প্ৰাথমিক তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত কোনো সিদ্ধান্তত উপনীত নহ’বলৈ জনসাধাৰণ আৰু সংবাদ মাধ্যমক আহ্বান জনায়। চূড়ান্ত প্ৰতিবেদনত সমগ্ৰ সত্য উন্মোচিত হ’ব বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।

বিমান দুৰ্ঘটনাৰ তদন্ত কৰা সংস্থা এএআইবিয়ে ১৩ জুনত এই বিমান দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল।তদন্তকাৰী সংস্থাটোৱে এমাহৰ পিছত এক প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰি কয় যে বিমানখন উৰণৰ কিছু মুহূৰ্তৰ ভিতৰতে দুয়োটা ইঞ্জিন বন্ধ হৈ যায় আৰু ইন্ধন কাটঅফ চুইচবোৰ প্ৰায় একে সময়তে, এক চেকেণ্ডৰ ব্যৱধানত ‘ৰান’ৰ পৰা ‘কাটঅফ’লৈ গতি কৰে। এএআইবিৰ ১৫ পৃষ্ঠাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বিমানখনৰ উৰণৰ কেইছেকেণ্ডমানৰ পিছত হঠাতে নিজাববীয়াকৈ বন্ধ হৈ পৰে আৰু ৩০ ছেকেণ্ডৰ ভিতৰতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

শিবু সোৰেনৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
ভোজশালা ভিডিঅ’গ্ৰাফী বিবাদ: উচ্চতম ন্যায়ালয়ে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়লৈ এৰিলে, সকলো আপত্তি বিবেচনাৰ নিৰ্দেশ
আজি প্ৰধানমন্ত্ৰীয়ে বিতৰণ কৰিব স্বামীত্ব যোজনাৰ অধীনত ৬৫ লাখৰো অধিক সম্পত্তি কাৰ্ড | BulletsIn
দিল্লী-এনচিআৰত সেউজীয়া ফটকা নিৰ্মাণ আৰু বিক্ৰীৰ বাবে চৰ্তসাপেক্ষ অনুমতি
পণ্ডিত নেহৰুৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কাছাৰত ৫৭ লাখ টকাৰ হেৰ’ইন সহ গ্ৰেপ্তাৰ আগৰতলাৰ এক মহিলা সৰবৰাহকাৰী
Next Article তামলপুৰৰ কুমাৰীকাটাত নিশা ভয়াবহ পথ দুৰ্ঘটনা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?