• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > শীৰ্ষ ১০ টা কোম্পানীৰ ৬ টা কোম্পানীৰ মাৰ্কেট কেপ ৭০ হাজাৰ কোটিতকৈ অধিক হ্ৰাস
Business

শীৰ্ষ ১০ টা কোম্পানীৰ ৬ টা কোম্পানীৰ মাৰ্কেট কেপ ৭০ হাজাৰ কোটিতকৈ অধিক হ্ৰাস

CliQ INDIA
Last updated: July 7, 2025 2:51 am
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ০৬ জুলাই (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত যোৱা ব্যৱসায়িক সপ্তাহত ক্ৰয়-বিক্ৰয়ৰ বাবে দেশৰ শীৰ্ষ ১০ টা সৰ্বাধিক মূল্যৱান কোম্পানীৰ ভিতৰত ৬ টা কোম্পানীৰ মাৰ্কেট কেপ ৭০ হাজাৰ কোটি টকাতকৈও অধিক হ্ৰাস পাইছে। ইয়াৰ ভিতৰত আটাইতকৈ বেছি লোকচান হৈছে এইচ ডি এফ চি বেংক আৰু আই চি আই চি আই বেংক। আনহাতে, শীৰ্ষ দহটা কোম্পানীৰ ৪টা কোম্পানীৰ মাৰ্কেট কেপ এই সপ্তাহত ৪২ হাজাৰ কোটি টকাতকৈ অধিক বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে সৰ্বাধিক লাভৱান হৈছিল।

এই সপ্তাহৰ ব্যৱসায়ৰ সময়ছোৱাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই), ইনফ’ছিছ আৰু হিন্দুস্তান ইউনিলিভাৰৰ মাৰ্কেট কেপ ৪২,১৪৯.৬২ কোটি টকা বৃদ্ধি পাইছে। আনহাতে, এইচ ডি এফ চি বেংক, ভাৰতী এয়াৰটেল, আই চি আই চি আই বেংক, টাটা কনছালটেন্সি চাৰ্ভিচেছ (টি চি এছ), বাজাজ ফাইনেন্স, ভাৰতীয় জীৱন বীমা নিগমৰ মাৰ্কেট কেপ ৭০,৩২৫.৫০ কোটি টকা হ্ৰাস পাইছে।

৩০ জুনৰ পৰা ৪ জুলাইৰ ভিতৰত হোৱা ব্যৱসায়ৰ সময়ছোৱাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মাৰ্কেট কেপ ১৫,৩৫৯.৩৬ কোটি টকা বৃদ্ধি পাই ২০,৬৬,৯৪৯.৮৭ কোটি টকা হৈছে। একেদৰে ইনফ’ছিছৰ মাৰ্কেট কেপ ১৩,১২৭.৫১ কোটি টকা জপিয়াই ৬,৮১,৩৮৩.৮০ কোটি টকা হৈছে। ইয়াৰ উপৰিও হিন্দুস্তান ইউনিলিভাৰৰ মাৰ্কেট কেপ ৭,৯০৬.৩৭ কোটি টকা বৃদ্ধি পাই ৫,৪৯,৭৫৭.৩৬ কোটি আৰু ভাৰতীয় ষ্টেট বেংকৰ মাৰ্কেট কেপ ৫,৭৫৬.৩৮ কোটি টকা বৃদ্ধি পাই ৭,২৪,৫৪৫.২৮ কোটি টকা হৈছে।

আনহাতে, এইচ ডি এফ চি বেংকৰ মাৰ্কেট কেপ ১৯,২৮৪.৮০ কোটি টকা হ্ৰাস পাই ১৫,২৫,৩৩৯.৭২ কোটি টকা হয়। একেদৰে আইচিআইচিআই বেংকৰ মাৰ্কেট কেপ ১৩,৫৬৬.৯২ কোটি টকা হ্ৰাস পাই ১০,২৯,৪৭০.৫৭ কোটি টকা হয়। ইয়াৰ উপৰিও বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ ১৩,২৩৬.৪৪ কোটি টকা হ্ৰাস পাই ৫,৭৪,৯৭৭.১১ কোটি টকা, ভাৰতীয় জীৱন বীমা নিগমৰ মাৰ্কেট কেপ ১০,২৪৬.৪৯ কোটি টকা হ্ৰাস পাই ৫,৯৫,২৭৭.১৬ কোটি টকা, টাটা কনছালটেন্সি চাৰ্ভিচেছৰ মাৰ্কেট কেপ হ্ৰাস পাইছে ৮,০৩২.১৫ কোটি টকাৰ মূল্য ১২,৩৭,৭২৯.৬৫ কোটি টকা হোৱাৰ লগতে ভাৰতী এয়াৰটেলৰ বজাৰ মূল্য ৫,৯৫৮.৭০ কোটি টকা হ্ৰাস পাই ১১,৫০,৩৭১.২৪ কোটি টকা হয়।

মাৰ্কেট কেপৰ ক্ষেত্ৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ ২০,৬৬,৯৪৯.৮৭ কোটি টকাৰ বজাৰ মূলধনেৰে দেশৰ সৰ্বোচ্চ মাৰ্কেট কেপ কোম্পানী আছিল। ইয়াৰ পিছত এইচ ডি এফ চি বেংক (মুঠ মাৰ্কেট কেপ ১৫,২৫,৩৩৯.৭২ কোটি টকা), টি চি এছ (মুঠ মাৰ্কেট কেপ ১২,৩৭,৭২৯.৬৫ কোটি টকা), ভাৰতী এয়াৰটেল (মুঠ মাৰ্কেট কেপ ১১,৫০,৩৭১.২৪ কোটি টকা), আই চি আই চি আই বেংক (মুঠ মাৰ্কেট কেপ ১০,২৯,৪৭০.৫৭ কোটি টকা), ষ্টেট বেংক অৱ ইণ্ডিয়া (মুঠ মাৰ্কেট কেপ ৭,২৪,৫৪৫.২৮ কোটি টকা), ইনফ’ছিছ (মুঠ বজাৰ মূল্য ৬,৮১,৩৮৩.৮০ কোটি টকা), ভাৰতীয় জীৱন বীমা নিগম (এল আই চি) (মুঠ বজাৰ মূল্য ৫,৯৫,২৭৭.১৬ কোটি টকা), বাজাজ ফাইনেন্স (মুঠ বজাৰ মূল্য ৫,৭৪,৯৭৭.১১ কোটি টকা) আৰু হিন্দুস্তান ইউনিলিভাৰ (মুঠ বজাৰ মূল্য ৫,৪৯,৭৫৭.৩৬ কোটি) টকাৰ মূল্যৱান শীৰ্ষ ১০ কোম্পানীৰ তালিকাত দ্বিতীয়ৰ পৰা দশম স্থানত থাকে।

————–

—————

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

দেশত পেট্ৰ'ল-ডিজেলৰ দৰ স্থিৰ, খাৰুৱা তেলৰ দৰ ৮১ ডলাৰৰ ওচৰত
সাপ্তাহিক শ্বেয়াৰ পৰ্যালোচনা: ক্ৰয় সমৰ্থনৰ ওপৰত শ্বেয়াৰ বজাৰৰ উৰ্ধগামী ধাৰা
শক্তিশালী তালিকাভুক্ত হোৱাৰ পিছত শ্ৰব্য মেটালছৰ বিপৰ্যয়ৰ সন্মুখীন হয়, বিক্ৰীৰ চাপৰ বাবে নিম্ন চাৰ্কিটত আঘাত হানে
বিশ্বৰ বজাৰৰ পৰা মিশ্ৰিত সংকেত, এছিয়াতো মিশ্ৰিত ব্যৱসায়
আজি গণেশ চতুৰ্থীৰ দিনা ষ্টক মাৰ্কেট বন্ধ, সান্ধ্য অধিবেশনত পণ্য বজাৰত ব্যৱসায়

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article নেদাৰলেণ্ডৰ বিৰুদ্ধে চমকপ্ৰদ ফিল্ড গ’লৰ বাবে পলিগ্ৰাছ মেজিক স্কিল এৱাৰ্ডৰ বাবে মনোনীত দীপিকা
Next Article হিমাচলত ৰেড এলাৰ্টৰ মাজতে মণ্ডিত পুনৰ ডাৱৰ বিস্ফোৰণ, ৯ খন জিলাত বানপানীৰ সতৰ্কবাণী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?