• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > বাংলাদেশে খাৰিজ কৰিলে নেপালৰ উজনি কৰ্ণালী জলবিদ্যুতৰ পৰা বিদ্যুৎ ক্ৰয় চুক্তি
International

বাংলাদেশে খাৰিজ কৰিলে নেপালৰ উজনি কৰ্ণালী জলবিদ্যুতৰ পৰা বিদ্যুৎ ক্ৰয় চুক্তি

CliQ INDIA
Last updated: June 27, 2025 5:31 am
CliQ INDIA
Share
1 Min Read
SHARE

কাঠমাণ্ডু, ২৬ জুন (হি.স.)। ভাৰতৰ জৰিয়তে নেপালৰ পৰা ৪০ মেগাৱাট বিদ্যুৎ আমদানি কৰা বাংলাদেশ চৰকাৰে ভাৰতীয় উজনি কৰ্ণালী জলবিদ্যুতৰ পৰা বিদ্যুৎ ক্ৰয় চুক্তি নাকচ কৰিছে। উজনি কৰ্ণালী জলবিদ্যুৎ প্ৰকল্পৰ সৈতে হোৱা ৫০০ মেগাৱাট শক্তি যোগান চুক্তিৰ প্ৰাৰম্ভিক উদ্দেশ্য পত্ৰ নাকচ কৰাৰ বিষয়ে বাংলাদেশ শক্তি উন্নয়ন ব’ৰ্ডে অৱগত কৰিছে।

ভাৰতৰ সৈতে সৰ্বাধিক শক্তি ক্ৰয়ৰ লক্ষ্যৰে ২০১০ চনত বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ দিনত এক বিশেষ শক্তি আইন প্ৰৱৰ্তন কৰা হৈছিল। ক্ষমতা পৰিৱৰ্তনৰ পিছত গঠন হোৱা ইউনুছ চৰকাৰে এই শক্তি আইন বাতিল কৰিছে, যাৰ অধীনত উজনি কৰ্ণালী জলবিদ্যুৎ প্ৰকল্পৰ পৰা নেপালৰ সৈতে বিদ্যুৎ যোগানৰ চুক্তিও নাকচ কৰা হৈছে।

বাংলাদেশ শক্তি উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ ৰেজাউল কৰিমৰ উদ্ধৃতি দি ডেইলী অবজাৰ্ভাৰ কাকতখনে নিশ্চিত কৰিছে যে নেপালৰ সৈতে ৫০০ মেগাৱাট শক্তি ক্ৰয় চুক্তি বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই কাকতখনে দাবী কৰিছে যে উজনি কৰ্ণালী জলবিদ্যুৎ প্ৰকল্পটো জিএমআৰ, ছতলেজৰ দৰে ভাৰতীয় কোম্পানীয়ে নিৰ্মাণ কৰিছিল, গতিকে এই চুক্তি নাকচ কৰা হৈছে। জিএমআৰৰ হৈ এছ এম বৰ্ডে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত বাংলাদেশৰ শক্তি সচিবলৈ এখন পত্ৰ লিখি আনুষ্ঠানিকভাৱে বিদ্যুৎ যোগান চুক্তিত স্বাক্ষৰ কৰিবলৈ অনুৰোধ জনাইছিল। এই পত্ৰত ২০২৯ চনৰ পৰা ২৫ বছৰৰ বাবে বিদ্যুৎ যোগানৰ চুক্তি কৰাৰ কথা উল্লেখ কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

শ্ৰীলংকাৰ সংসদ সদস্য ইছমাইল মুথু মহম্মদৰ পদত্যাগ
উৰণৰ বাবে সাজু হৈছে এক্সিয়াম মিছন-৪, দেশৰ নজৰ শুভাংশু শুক্লাৰ ওপৰত
বেলুচিস্তানৰ খাইবাৰ পাখতুনখোৱাত ১৭ জন সন্ত্ৰাসবাদী নিহত, আঠজনক গ্ৰেপ্তাৰ
নেপালৰ সংসদীয় নিৰ্বাচনত অংশগ্ৰহণ কৰিব নেপালী কংগ্ৰেছ, চিপিএন (ইউএমএল)ৰ বিৰোধিতা
ইউক্ৰেইন বিষয়ত ড’নাল্ড ট্ৰাম্পৰ সৈতে “যিকোনো সময়তে” কথা পাতিবলৈ সাজু পুটিন | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ‘ছন অৱ চৰ্দাৰ-২’ৰ টিজাৰ মুকলি, অহা ২৫ জুলাইত ছবিগৃহত পাব মুক্তি
Next Article মায়াৱতীৰ কেজিএমইউৰ নাম সলনি কৰি ছত্ৰপতি শ্বাহুজী মহাৰাজ মেডিকেল ইউনিভাৰ্চিটি কৰাৰ দাবী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?