• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > মণিপুৰত অস্ত্ৰ সৰবৰাহৰ ৰেকেট উৎখাত, আটক চাৰিজন
Regional

মণিপুৰত অস্ত্ৰ সৰবৰাহৰ ৰেকেট উৎখাত, আটক চাৰিজন

CliQ INDIA
Last updated: June 26, 2025 3:35 am
CliQ INDIA
Share
1 Min Read
SHARE

ইম্ফল, ২৫ জুন (হি.স.)। মণিপুৰ আৰক্ষীয়ে আন্তঃৰাজ্যিক অস্ত্ৰ সৰবৰাহকাৰী দল এটাক আটক কৰি বৃহৎ সফলতা অৰ্জন কৰিছে। বুধবাৰে আৰক্ষীৰ মুখপাত্ৰই জনোৱা মতে, চোৰাংচোৱা তথ্যৰ ভিত্তিত গ্ৰহণ কৰা এই ব্যৱস্থাত আৰক্ষীয়ে চাৰিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰু যোগাযোগৰ সামগ্ৰী জব্দ কৰে।

আটকাধীন অভিযুক্ত কেইজন হৈছে ইম্ফল পশ্চিমৰ থাংমেইবন্দৰ বাসিন্দা ছিনম ছ’মেন্দ্ৰাও মেইটেই ওৰফে পাংকেই/ৰিচাৰ্ডছ (৪৩), যিজন নিষিদ্ধ সংগঠন ইউএনএলএফ (পি) সদস্য, ইম্ফল পূৱৰ নংমেইবুং আয়াংপল্লীৰ লঞ্চেম্বা নংথোম্বা (২৪), ইম্ফল পশ্চিমৰ সিংজামি চিৰোম লাইকেৰ আৰ কে আবোটে সিং ওৰফে ৰোহিত (৩৩) আৰু ইম্ফল পূবৰ কংপাল মুটুম লাইকে নিবাসী বিশ্বনাথ থোইচম (২১) বুলি জানিব পৰা গৈছে ।

আৰক্ষীৰ অভিযানত উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে দুটা ৯ মিমি পিষ্টল, ১৯টা জে ডি ট’ৰাছ (৭.৬৫ মিমি), ফেলকন কেল (৭.৬২ মিমি), এম-২০ ফেলকন, কেলটেক (.৩২ মিমি), বেৰেটা আৰু গ্লক (.৩২ মিমি) পিষ্টল।

ইয়াৰ লগতে আৰক্ষীয়ে ১১টা মেগজিন, ১২৯টা গুলী, ১৫৯টা .৩২ মিমিৰ সজীৱ গুলী, তিনিটা ম’বাইল ফোন আৰু ৪টা বেতাঁৰ হেণ্ডছেটো উদ্ধাৰ কৰে।

এই চক্ৰটোৱে ৰাজ্য আৰু ৰাজ্যৰ বাহিৰত সক্ৰিয় উগ্ৰপন্থী আৰু অপৰাধী উপাদানক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। সমগ্ৰ নেটৱৰ্ক আৰু ইয়াৰ লিংকৰ তদন্ত চলি আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

গৌৰীপুৰত দক্ষিণ গেৰামাৰী সমাজ কল্যাণ যুৱ সন্থাৰ উদ্যোগত বাল্য বিবাহ আৰু ড্ৰাগছ বিৰোধী সজাগতা সভা
তামাৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা
চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱৰ প্ৰস্তুতি তুংগত
উত্তৰ কৰিমগঞ্জ সমষ্টিৰ শ্ৰীগৌৰী জিলা পৰিষদ অন্তৰ্গত হাছানপুৰ জিপিৰ বিজয়ী ৱাৰ্ড সদস্যৰ নাম ঘোষণা | BulletsIn
মাঘ বিহুৰ উৰুকা উপলক্ষে মাছ বজাৰত অগণন মানুহৰ ভিৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয়- ‘জৰুৰীকালীন’ হৈছে কংগ্ৰেছৰ ক্ষমতাৰ ক্ষুধাৰ ‘অন্যায় সময়’
Next Article ভাৰতীয় শ্বুটিং লীগৰ প্ৰথম সংস্কৰণৰ বাবে ৪০০ৰো অধিক খেলুৱৈৰ পঞ্জীয়ন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?