গুৱাহাটী, ১৯ জুন(হি.স.)। গুৱাহাটী মহানগৰীৰ জোনালীত বিদ্য়ুতপৃষ্ঠ হৈ এজন এচি মেকানিক নিহত হয়। অঞ্চলটোত থকা বাজাজ শ্বোৰুমৰ এচি মেৰামতি কৰি থকা সময়ত ওপৰেৰে যোৱা এডাল বৈদ্য়ুতিক তাৰৰ সৈতে স্পৰ্ষ হোৱাত বিদ্য়ুত পৃষ্ঠ হৈ ওচৰৰ বাহিনী নৈত পৰি যায়।
বিশ্বজিত সিনহা নামৰ এচি মেকানিক জনক পিচত নদীৰ পৰা উঠাই মৰোণত্তৰ পৰীক্ষা কৰাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰা হয়।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
