• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > ফিফা ক্লাব বিশ্বকাপ ২০২৫: ভালভাৰ্ডে হেৰুৱালে পেনাল্টিৰ সুযোগ, আল হিলালৰ বিৰুদ্ধে ৰিয়েল মাদ্রিদৰ ড্ৰ’
Sports

ফিফা ক্লাব বিশ্বকাপ ২০২৫: ভালভাৰ্ডে হেৰুৱালে পেনাল্টিৰ সুযোগ, আল হিলালৰ বিৰুদ্ধে ৰিয়েল মাদ্রিদৰ ড্ৰ’

CliQ INDIA
Last updated: June 19, 2025 2:47 pm
CliQ INDIA
Share
2 Min Read
SHARE

মিয়ামি, ১৯ জুন (হি.স.)। ফিফা ক্লাব বিশ্বকাপ ২০২৫ত ছৌদি আৰৱৰ দল আল হিলালৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ’ কৰি ৰিয়েল মাদ্রিদে সন্তুষ্ট হ’বলগীয়া হৈছিল, কাৰণ ফেডেৰিকো ভালভাৰ্ডে আঘাতৰ সময়ত পেনাল্টি কাৰ্যকৰী কৰিব নোৱাৰিলে ৷ বুধবাৰে মিয়ামিৰ হাৰ্ড ৰক ষ্টেডিয়ামত ৬২,৪১৫ জন দৰ্শকৰ বিপুল দৰ্শকৰ সন্মুখত অনুষ্ঠিত হয় এই খেলখন।

ৰিয়েল মাদ্রিদৰ বাবে এয়া আছিল এক নতুন যুগ, কিয়নো এইখন ক্লাবৰ নতুন মেনেজাৰ জাবি এল’নছ’ৰ প্রথমখন অফিচিয়েল মেচ আছিল যদিও আৰম্ভণি আশা কৰা ধৰণে নহ’ল৷ একে সময়তে প্ৰথমবাৰৰ বাবে আল হিলালক নেতৃত্ব দিয়া ইটালীৰ প্ৰশিক্ষক ছিমন ইনজাঘিয়ে নিজৰ অভিষেক মেচত দলটোৰ পৰা সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল।

আল হিলালে আগ্ৰাসী ৰূপত খেলখন আৰম্ভ কৰে আৰু ১৯ মিনিটত মাৰ্কছ লিওনাৰ্ডোৰ শ্বটটো চেলেম আলডোছাৰীৰ ভলীত অলপ বাহিৰ হৈ যায়। ৰেনান লোডিয়েও বলটো নেটত সোমাই দিলে যদিও সেই প্ৰচেষ্টা অফছাইড বুলি ঘোষণা কৰা হয়।

ৰিয়েলে লাহে লাহে মেচখনত পুনৰ আহিবলৈ আৰম্ভ কৰে আৰু ৩১ মিনিটত ৰড্ৰিগোৰ শ্বটটো বাৰৰ ওপৰেৰে গ’ল। অৱশেষত ৩৪ মিনিটত ৰিয়েলে অগ্ৰগতি লাভ কৰে যেতিয়া অনুপস্থিত কাইলিয়ান এমবাপেৰ ঠাইত খেলা গনজালোৱে ৰড্ৰিগোৰ ক্ৰছত এক উজ্জ্বল কাউণ্টাৰ আক্ৰমণৰ সময়ত এটা ডাঙৰ ফিনিছিং কৰি গ’ল দিয়ে।

কিন্তু আল হিলালে সাহস হেৰুৱাব নোৱাৰিলে আৰু ৪১ মিনিটত পৰ্তুগালৰ ৰুবেন নেভেছে মাৰ্কছ লিওনাৰ্ডোৰ ওপৰত ৰাউল আচেনচিঅ’ৰ ফাউলৰ বাবে পেনাল্টিটো সহজেই ৰূপান্তৰিত কৰি স্ক’ৰ ১-১ হয়।

দ্বিতীয়াৰ্ধত ৰিয়েলে দ্ৰুত আৰম্ভণি কৰে। বিৰতিৰ পিছত অহা আৰ্ডা গুলাৰে ভিনিচিয়াছ জুনিয়ৰৰ ক্ৰছত ভলী মাৰি বাৰত খুন্দা মাৰে। ইয়াৰ পিছতে গ’লকীপাৰ ইয়াছিন বনুৱে গ’নজালোৰ হেডাৰটো উজ্জ্বলভাৱে ৰক্ষা কৰে।

খেলখনৰ শেষ মুহূৰ্তত ৰিয়েলে আন এটা সুযোগ লাভ কৰে যেতিয়া মহম্মদ আল কাহতানীয়ে ফ্ৰাণ গাৰ্চিয়াক ৰখাবলৈ চেষ্টা কৰি হাতেৰে মুখখন ঢাকি দিয়ে আৰু ৰেফাৰীয়ে পেনাল্টি দিয়ে। কিন্তু ফেডেৰিকো ভালভাৰ্ডেৰ শ্বটটো বোনুৱে ডাইভিং কৰি ৰখাই দিয়ে আৰু আল হিলালে এক মূল্যৱান পইণ্ট লাভ কৰে।

এই প্ৰদৰ্শনেৰে আল হিলালে দেখুৱাইছে যে ই যিকোনো ডাঙৰ ক্লাবক প্ৰত্যাহ্বান জনাবলৈ সক্ষম, আনহাতে এই ফলাফল ৰিয়েল মাদ্রিদৰ বাবে সতৰ্কবাণী হ’ব যে এতিয়াও উন্নতিৰ প্ৰয়োজন আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ইংলেণ্ডৰ বিৰুদ্ধে জয়ে আফগান যুৱক-যুৱতীসকলক ক্ৰীড়াৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ আশা কৰিছে ট্ৰটৰ
ভাৰতীয় শ্বুটিং ষ্টাৰসকলৰ অলিম্পিক দিৱস উদযাপন, লছ এঞ্জেলছত সফলতাৰ আশা প্ৰকাশ
আই এছ এল ২০২৩-২৪ঃ পূব বংগক আদৰিব কেৰালা ব্লাষ্টাৰছ
মুম্বাই ইণ্ডিয়ানছৰ চেন্নাই ছুপাৰ কিংছক ৯ উইকেটত পৰাজিত, জয়ৰ হেট্ৰিক অৰ্জন | BulletsIn
পুৰুষৰ টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণৰ সূচী ঘোষণা, ৯ জুনত ভাৰত-পাকিস্তানৰ ৰণ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article সাহিত্য অকাডেমী বঁটাঃ সুৰেন্দ্ৰ মোহন দাস আৰু সুপ্ৰকাশ ভূঞালৈ সন্মান
Next Article আৰম্ভণিৰ ব্যৱসায়ত শ্বেয়াৰ বজাৰত সামান্য লাভ, চেন্সেক্স আৰু নিফটি সুস্থিৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?