• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > আমগুৰীত ১৯ বছৰীয়া যুৱকৰ আত্মহনন | BulletsIn
Regional

আমগুৰীত ১৯ বছৰীয়া যুৱকৰ আত্মহনন | BulletsIn

CliQ INDIA
Last updated: August 3, 2024 4:39 pm
CliQ INDIA
Share
1 Min Read
SHARE

বাক্সাৰ আমগুৰীত গধূলি সময়ত এজন ১৯ বছৰীয়া যুৱকে আত্মহননৰ পথ বাচি লৈছে। আত্মহনন কৰা যুৱকজনৰ নাম কৃশাঙ্কু দাস বুলি জানিব পৰা গৈছে। পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ ছাত্ৰ যুৱকগৰাকী কিয় আত্মহননৰ দৰে চাৰা বাচি ললে, সেয়া জানিব পৰা হোৱা নাই। ঘটনাস্থলীত জালাহ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। যুৱকগৰাকীৰ মৃত্যুৰ পিছতে পৰিয়ালত এক শোকাকুল পৰিৱেশ সৃষ্টি হৈছে।

BulletsIn

  • ১৯ বছৰীয়া যুৱক আমগুৰীত আত্মহনন কৰে।
  • আত্মহনন কৰা যুৱকজনৰ নাম কৃশাঙ্কু দাস।
  • যুৱকটি পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ ছাত্ৰ আছিল।
  • মাতৃয়ে পথাৰত ভূই ৰুবলৈ যোৱাৰ সময়ত আত্মহনন কৰে।
  • যুৱকগৰাকীয়ে কিয় আত্মহননৰ সিদ্ধান্ত ললে সেয়া জানিব পৰা হোৱা নাই।
  • ঘটনাস্থলীত জালাহ আৰক্ষী উপস্থিত হয়।
  • মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
  • পৰিয়ালৰ মাজত এক শোকাকুল পৰিস্থিতি সৃষ্টি হৈছে।
  • আত্মহননৰ ঘটনাৰ পিছত স্থানীয় এলাকাত চাঞ্চল্যৰ সৃষ্টি হৈছে।
  • আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

You Might Also Like

তিনি নং শ্ৰীৰামপুৰ সমষ্টিৰ ১ নং শিমূলটাপু গাঁওত ইউপিপিএল দলৰ যোগদান কাৰ্য্যসূচী
টংলাৰ বিশিষ্ট সাহিত্যিক মনোৰমা দাস মেধিলৈ জগন্নাথ ঠাকুৰ সাহিত্য সন্মান ২০২৪ | BulletsIn
বহিঃৰাজ্যত পুনৰ সন্ধানহীন অসমৰ দুজন ব্যক্তি
গুৱাহাটীৰ পৰা যোৱা বিহু দলৰ বাহন নলবাৰীত দুৰ্ঘটনাত পতিত
গোলকগঞ্জত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্য্যসূচী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article পেৰিছ অলিম্পিকৰ পুৰুষ ফুটবলঃ আৰ্জেণ্টিনাক পৰাস্ত কৰি ছেমি ফাইনেলত ফ্ৰান্স | BulletsIn
Next Article আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাবে ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হিচাপে গৌৰৱান্বিত: কমলা হেৰিছ | BulletsIn
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?