মৰিগাঁও ভূৰবন্ধাত যোৱা কালি বিয়লি ছাত্ৰ সন্থাৰ কৰ্মীয়ে জব্দ কৰি আৰক্ষীক গতালে অবৈধ ভাৱে সৰবৰাহ কৰা ছয় বস্তা বৰবেং/পাতবেং। গৰৈমাৰী লাহৰীপামৰ পৰা ডিমাপুৰ নিবলৈ এখন অটোত কঢ়িয়াই আনিছিল ভেকুলী খিনি। উল্লেখ্য যে, এই অটোখনটৰ অতি কৌশলৰে ৬ টা বেগত ভৰাই কঢ়িয়াই আনিছিল প্ৰায় ৬০০ বেঙ। ছাত্ৰ কৰ্মী সকলে বেঙ সৰবৰাহ কৰাৰ সময়ত আটক কৰিছে বাহন খনৰ ড্ৰাইভাৰ সহ ছফৰ উদ্দীন আৰু বাহাৰুল ইছলাম নামৰ দুজন লোকক। আৰু এজন পলাবলৈ সক্ষম হয়।
BulletsIn
- মৰিগাঁও ভূৰবন্ধাত কালি বিয়লি ছাত্ৰ সন্থাৰ কৰ্মীয়ে জব্দ কৰি আৰক্ষীক গতালে অবৈধ ভাৱে সৰবৰাহ কৰা ছয় বস্তা বৰবেং/পাতবেং।
- গৰৈমাৰী লাহৰীপামৰ পৰা ডিমাপুৰ নিবলৈ এখন অটোত কঢ়িয়াই আনিছিল ভেকুলী খিনি।
- অটোখনটৰ অতি কৌশলৰে ৬ টা বেগত ভৰাই কঢ়িয়াই আনিছিল প্ৰায় ৬০০ বেঙ।
- ছাত্ৰ কৰ্মী সকলে বেঙ সৰবৰাহ কৰাৰ সময়ত আটক কৰিছে বাহন খনৰ ড্ৰাইভাৰ সহ ছফৰ উদ্দীন আৰু বাহাৰুল ইছলাম নামৰ দুজন লোকক।
- এজন পলাবলৈ সক্ষম হয়।
