নতুন দিল্লী, ২৬ ডিছেম্বৰ (হি.স.)। তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডী আৰু উপ-মুখ্যমন্ত্ৰী মল্লু ভট্টি বিক্ৰমাৰ্কাই মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত দুয়োৰে এখন ছবি শ্বেয়াৰ কৰে। পিএমঅ’ই পোষ্ট কৰি কয়, ‘তেলেংগানাৰ মুখ্যমন্ত্ৰী, ৰেৱন্ত ৰেড্ডীৰ লগতে উপ মুখ্যমন্ত্ৰী মল্লু ভট্টী বিক্ৰমাৰ্কাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।
হিন্দুস্থান সমাচাৰ/ সুশীল/ৰমেন/মনোজ
