• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > দীৰ্ঘ দিনীয়া দাবী পূৰণ নহ’লে আন্দোলনৰ হুংকাৰ তেজপুৰত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ
Regional

দীৰ্ঘ দিনীয়া দাবী পূৰণ নহ’লে আন্দোলনৰ হুংকাৰ তেজপুৰত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ

CliQ INDIA
Last updated: December 5, 2023 5:30 am
CliQ INDIA
Share
3 Min Read
SHARE

শোণিতপুৰ, ০৪ ডিছেম্বৰ (হি.স.)। সদৌ অসম জিলা জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দাবীসমূহ অসম চৰকাৰে শীঘ্ৰে সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ৷ তেজপুৰ কনভেনচন চেন্টাৰত সদৌ অসম জিলা কৰ্মচাৰী সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় আৰু কাৰ্যনিৰ্বাহক সভাৰ পিছত কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত সমূহ সদৰি কৰি এক সংবাদ মেলত সদৌ অসম জিলা জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সভাপতি বিক্ৰমজিৎ চক্ৰৱৰ্ত্তী সাধাৰণ সম্পাদক জয়ন্ত ভাণ্ডাৰ কায়স্থই ।

নেতাদ্বয়ে কয় যে – দীৰ্ঘদিন ধৰি জিলা আয়ুক্ত কাৰ্যালয়ত কাৰ্যনিৰ্বাহ কৰি অহা কৰ্মচাৰী সকলে গ্ৰেড পেৰ সুকীয়া মৰ্যাদা দাবী জনাই আহিছে ৷ জিলা আয়ুক্ত কাৰ্যলয়ত কৰ্মৰত কৰ্মচাৰী সকলৰ শিক্ষাগত অৰ্হতা স্নাতক যদিও দৰমহা কিন্তু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকতকৈ কম ৷ গতিকে জিলা আয়ুক্ত কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীসকলক সুকীয়া দৰমহা ব্যৱস্থা তথা গ্ৰেড পে, ৰ প্ৰৰ্বতন কৰিব লাগে বুলি জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই চৰকাৰৰ ওচৰত দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে ৷ তদুপৰি কৰ্মচাৰী সকলৰ ভৱিষ্যতৰ প্ৰতি অন্ধকাৰ নমাই অনা পেঞ্চন আঁচনি এন.পি এছ বাতিল কৰি কৰ্মচাৰী সকলৰ ভৱিষ্যত সুৰক্ষআৰ স্বাৰ্থত অ.পি.এছ প্ৰৱৰ্তন কৰিবৰ বাবেও সদৌ অসম জিলা প্ৰশাসন সন্থাই দাবী জনাই আহিছে ৷

ইপিনে ষষ্ঠ দৰমহা আয়োগৰ অধীনত ২১ মাহে ধৰি বকিয়াৰ ধন এই পৰ্যন্ত জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী সকলক চৰকাৰে আদায় দিয়া নাই ৷ নেতাদ্বয়ে দোহাৰে যে আমি অতি শীঘ্ৰে বকিয়াৰ ধন আদায় দিবৰ বাবে দাবী জনাইছো ৷ আনহাতে জিলা আয়ুক্ত কাৰ্যালয়ৰ কোটি কোটি টকাৰ চৰকাৰী লেন-দেন হয় যদিও এতিয়ালৈকে একাউন্টেট নাই আৰু অধীক্ষক নাই ৷ আমি জিলা আয়ুক্তৰ কাৰ্যালয়ত একাউন্টেট আৰু অধীক্ষকৰ পদবী দুটাও সৃষ্টি কৰিবলৈ দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছো ৷ জিলা প্ৰশাসনিক কৰ্মচাৰী সন্থাৰ সভাপতি, সম্পাদক দুগৰাকীয়ে সংবাদ মেলত এইবুলি কয় যে আমি সন্থাৰ তৰফৰ পৰা অতি শীঘ্ৰেই ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি উল্লেখিত দাবীসমূহ ২০ ডিচেম্বৰৰ ভিতৰত সমাধানৰ দাবী জনাম৷ যদি সমাধানৰ কোনো ধৰণৰ ব্যৱস্থা চৰকাৰে নকৰে তেন্তে সদৌ অসম জিলা প্ৰশাসনিক কৰ্মচাৰী সন্থাই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব ৷

সংবাদমেলখনত সভাপতি, সম্পাদকে কয় ২০ ডিচেম্বৰৰ ভিতৰত চৰকাৰে সন্থাৰ দাবী মানি নল’লে ২১ আৰু ২২ ডিচেম্বৰত দুঘন্টীয়া কৰ্ম বিৰতি আৰু ধৰ্মঘট কাৰ্যসূচী জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী সকলে ৰূপায়ন কৰিব ৷ ইয়াৰ পিছতো চৰকাৰে সমাধানৰ ব্যৱস্থা নল’লে ২৯ ডিচেম্বৰৰ দিনা এদিনীয়া কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ন কৰিব৷ পৰৱৰ্ত্তী সময়ত দৃঢ় আৰু কঠোৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সংবাদমেলত সদৌ অসম জিলা জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সভাপতি আৰু সম্পাদকে ব্যক্ত কৰে ৷

হিন্দুস্থান সমাচাৰ/সমীৰ/মনোজ

You Might Also Like

ৰে’ল বাতিলৰ ফলত অসুবিধা সন্মুখীন শিলচৰ ৰে’ল ষ্টেচনৰ যাত্রী সকল
৪,৫ নৱেম্বৰত বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চল
ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ অগ্নিকাণ্ড – HindusthanSamachar Assamese
ৰাসৰ আখৰাত ব্যস্ত বিধায়ক সুশান্ত বৰগোহাঁই
বিলাসীপাৰাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ডিমৰীয়াৰ মালয়বাৰী পথত সংঘটিত মৰেল পুলিছিঙৰ ঘটনাত এজন আহত
Next Article গোঁসাইগাঁৱত বড়োলেণ্ড প্রদেশীয় পৰিষদ সমাজৰ মাজলৈ যোৱাৰ কাৰ্য্যসূচী শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?