• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Entertainment > উত্তৰকাশী সুৰংগৰ পৰা ৪১ জন শ্ৰমিকক নিৰাপদে উদ্ধাৰ কৰাত বলীউডৰ অভিনেতাসকলৰ আনন্দপ্ৰকাশ
Entertainment

উত্তৰকাশী সুৰংগৰ পৰা ৪১ জন শ্ৰমিকক নিৰাপদে উদ্ধাৰ কৰাত বলীউডৰ অভিনেতাসকলৰ আনন্দপ্ৰকাশ

CliQ INDIA
Last updated: November 29, 2023 9:00 pm
CliQ INDIA
Share
2 Min Read
SHARE

উত্তৰকাশী সুৰংগত ১৭ দিন আবদ্ধ হৈ থকা শ্ৰমিকসকলক নিৰাপদে উদ্ধাৰ কৰাৰ পিছতে অক্ষয় কুমাৰ, ৰিতেশ দেশমুখ, অনুপম খেৰ, অভিষেক বচ্চন, জেকী শ্ৰফ আৰু বলীউডৰ অভিনেতাসকলে আনন্দ প্ৰকাশ কৰিছে।

অক্ষয় কুমাৰে সুৰংগৰ পৰা ওলাই অহা শ্ৰমিকৰ ফটো শ্বেয়াৰ কৰে। তেওঁ লিখিছে, সুৰংগটোত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰ কৰি মই অতি সুখী আৰু সকাহ পাইছো। উদ্ধাৰকাৰী দলৰ প্ৰতিজন সদস্যলৈ মোৰ প্ৰণাম। আপোনালোক সকলোৱে বৰ ভাল কাম কৰিলে। এইখনেই নতুন ভাৰত আৰু আমি সকলোৱে ইয়াৰ বাবে গৌৰৱ অনুভৱ কৰো। জয় হিন্দ।

উত্তৰাখণ্ড সুৰংগৰ পৰা উদ্ধাৰ হোৱা শ্ৰমিকৰ সন্দৰ্ভত অভিষেক বচ্চনে কয় যে, উত্তৰকাশী সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক ৰক্ষা কৰাৰ বাবে সকলো উদ্ধাৰ কৰ্মী আৰু সকলো সংস্থালৈ ধন্যবাদ আৰু মোৰ প্ৰণাম। জয় হিন্দ।

ৰিতেশ দেশমুখে টুইটাৰত এই উদ্ধাৰ কামৰ ফটো শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, “ভাল কাম কৰিলা!!! যোৱা ১৭ দিন ধৰি আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে ২৪ ঘণ্টাই অক্লান্তভাৱে কাম কৰা আমাৰ উদ্ধাৰকাৰী দলটোক চেলুট। এয়া পৰিয়াল আৰু দেশৰ প্ৰাৰ্থনাৰ ফল…গণপতি বাপ্পা মৰ্যা।”

অভিনেতা জেকী শ্ৰফেও সংস্থাসমূহক ধন্যবাদ জনায়। তেওঁ লিখিছে, “উত্তৰকাশী সুৰংগৰ পৰা ৪১ জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে। এনডিআৰএফ,বিআৰও, ইণ্ডিয়ান আৰ্মি, এয়াৰ ফোৰ্চ,এনএইচআডিচিএল, এছজেভিএনএল, টিএইছএফচিএল, আৰভিএনএল, ওএমজিচি, কোল ইণ্ডিয়া আদিকে ধৰি উদ্ধাৰ অভিযানৰ বাবে দিনে-নিশাই কাম কৰা সংস্থাসমূহক আন্তৰিক ধন্যবাদ।

বলীউডৰ অভিনেতা অনুপম খেৰেও উত্তৰকাশী টানেল ৰেচকিউৰ ছবিখন শ্বেয়াৰ কৰে। এই ফটোখনৰ কেপচনত তেওঁ লিখিছে “ভাৰত মাতা কি জয়” ৷

হিন্দুস্থান সমাচাৰ/লোকেশ চন্দ্ৰ/মনোজ

You Might Also Like

কইনা হ’বলৈ ওলাইছে কৃতি সোননৰ ভগ্নী নুপুৰ ছানন
য়ামী গৌতমৰ স্পষ্টীকৰণ: কৃতি ছাননক সমালোচনা কৰা ৰিলত ‘লাইক’ ভুলবশতঃ হৈছিল, ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছত
তিতাবৰত কলাগুৰুক সুঁৱৰি নাটক প্ৰদৰ্শন
'ষ্ট্ৰেঞ্জাৰ থিংছ ৫' তথ্যচিত্ৰ ঘোষণা
ৰেমো ডিছুজাই ঘোষণা কৰিলে নতুন ছবি ‘ডংৰি গেংষ্টাৰ পেৰাডাইজ’

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হৈ থাকিব ৰাহুল দ্ৰাবিড়, বিচিচিআইৰ চুক্তি বৃদ্ধি
Next Article কোকৰাঝাৰ চহৰৰ বিধানপল্লীত চাঞ্চল্যকৰ হত্যাকাণ্ড
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?