শিৱসাগৰ,২০ নৱেম্বৰ (হি.স.)। ঐতিহাসিক শিৱসাগৰ ৰংঘৰ বাকৰি পৰা ৰাইজৰ দলৰ আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণডংকা। ৰাইজৰ দল ৰাইজৰ মাজলৈ শীৰ্ষক যাত্ৰা শুভাৰম্ভণি। আগন্তুক দিনত শিৱসাগৰ লগতে সমগ্ৰ ৰাজ্য ৰাইজৰ দলে চৰকাৰ নীতি সজাগতা লগতে তৃণমূল পৰ্যায়ৰ ভোটাৰ সকলৰ লগত মত বিনিময় কৰিব।
পূৰ্বে কৰা ঘোষণা কৰা আজিও যোৰহাট লোকসভা সমষ্টি পৰা গৌৰৱ গগৈক প্ৰক্ষেপ কৰা লৈ পূৰ্ণ সমৰ্থন আগবঢ়াই।বিজেপিক পৰাভূত কৰিবলৈ সকলো ৰাইজক ঐক্যবদ্ধ হবলৈ আহ্বান অখিল গগৈ। ঐতিহাসিক ৰংঘৰ বাকৰি আঁঠু কাঢ়ি সেৱা লৈ এই যাত্ৰা আৰম্ভ। প্ৰতিখন গাঁও, প্ৰতিখন চহৰ সামৰি ৰাইজৰ মাজলৈ ৰাইজৰ দল।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.
