নগাঁও, ১৫ নৱেম্বৰ (হি.স.): নগাঁও আৰক্ষীৰ জালত পৰিছে দীনেশ বাচফৰ নামৰ তীৰ মাফিয়া জন। নগাঁও টাউন শাখাৰ আৰক্ষীয়ে মঙলবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰে দীনেশ বাচফৰক । নগদ ২২৩০ টকা আৰু আপত্তিজনক নথি-পত্ৰসহ হয়বৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে বাচফৰক।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
