শিৱসাগৰ, ০৮ নৱেম্বৰ (হি.স.)। চামগুৰিত আজি অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। দিন দুপৰতে বনৰীয়া হাতীৰ মুক্ত বিচৰণ চামগুৰিৰ গেন্ধালি বেবেজীয়াত।
বনৰীয়া হাতীৰ ভৰিৰ খুজত বিনষ্ট হৈছে কেইবা বিঘা ধাননি পথাৰ। হাতীৰ জাকে ভাঙি লণ্ড-ভণ্ড কৰিছে ঘৰ দুৱাৰ লগতে বাৰীৰ গছ-গছনি।বন্য হস্তীক লৈ আতংকিত স্থানীয় ৰাইজ। অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজমান।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
