• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > ব্য়ৱসায়ীক আক্ৰমণ কৰি ধন লুট কৰাক লৈ গৰৈমাৰীত নিশা উত্তাপ্ত পৰিস্থিতি
Regional

ব্য়ৱসায়ীক আক্ৰমণ কৰি ধন লুট কৰাক লৈ গৰৈমাৰীত নিশা উত্তাপ্ত পৰিস্থিতি

CliQ INDIA
Last updated: November 2, 2023 1:00 pm
CliQ INDIA
Share
1 Min Read
SHARE

কামৰূপ, ০২ নৱেম্বৰ (হি.স.): কামৰূপৰ গৰৈমাৰীত বুধবাৰে নিশা উত্তাপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইছলামিক ধৰ্মপ্ৰচাৰক তথা দ্বীনি শিক্ষাৰ ধৰ্মগুৰু তথা ব্য়ৱসায়ী হাফিজ শ্বহিদুল ইছলামক আক্ৰমণ কৰি অৰ্ধলক্ষাধিক টকা লুটি নিয়াক কেন্দ্ৰ কৰি সমগ্ৰ গৰৈমাৰী অঞ্চলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ গৰৈমাৰী আৰক্ষী থানাৰ বৃহৎ আৰক্ষীৰ দল এটাই ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

ঘটনাৰ সংক্ৰান্তত জানিব পৰা মতে হাফিজ শ্বহিদুল ইছলামে তেওঁৰ শহুৰ, খুলশালীৰ সৈতে গৰৈমাৰী বজাৰৰ পৰা নিশা প্ৰায় ১০ বজাত নিজৰ ঘৰলৈ গৈ থকা অৱস্থাত দুৰ্বৃত্তই আক্ৰমণ চলায় ৷ দুৰ্বৃত্তৰ আক্রমণত গুৰতৰভাৱে আহত হয় হাফিজ শ্বহিদুল ইছলামসহ তিনিজনকৈ লোক । গুৰতৰভাবে আহত হোৱালোক কেইজনক্ৰমে হাফিজ শ্বহিদুল ইছলাম (৪২), আফজালুৰ ৰহমান (২৯) আৰু ছলিমুদ্দিন আহমেদ (৫৫)। স্থানীয় লোকে চিঞৰবাখৰ শুনি ঘটনাস্থলীত উপস্থিত হৈ আটাইতকেইজনক গৰৈমাৰী সামূহিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰে। এই ঘটনাৰ সৈতে জৰিত থকা তিনিজনকৈ যুৱকক আটক কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ আটকাধীন যুৱক তিনিজন ক্ৰমে- ছাদ্দাম হুছেইন, নজৰুল ইছলাম আৰু ছাবুল খান বুলি পৰিচয় পোৱা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ

You Might Also Like

দক্ষিণ শালমাৰা মানকাচৰ জিলাত আৰক্ষীৰ বৃহৎ সফলতা
গোৱালপাৰা জিলাত বিগত বৰ্ষত হাতীৰ আক্ৰমণত ১৪ জন লোকৰ মৃত্যু
বকোৰ কালিয়াবড়ীত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ কৰুণ মৃত্যু
বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত নিৰ্যাতন কৰাক লৈ বিলাসীপাৰাত উত্তাল প্ৰতিবাদ
ৰঙিয়া ৰে’ল ষ্টেচনৰ সমীপত বৃদ্ধি চোৰৰ উপদ্ৰৱ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইডিৰ আগত অৰবিন্দ কেজৰিৱাল আৰু এথিক্স সমিতিৰ সন্মুখত মহুৱা মৈইত্ৰাৰ উপস্থিতি
Next Article শ্ৰীলংকা আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে গ্ৰুপ মেচ খেলিব নোৱাৰিব আঘাতপ্ৰাপ্ত হাৰ্দিক পাণ্ডিয়া
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?